অৰ্জুনঅৰ্জ্জন

অৰ্জুন বঁটা (Assamese) [ Roman: or.jun bo~.ta]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-11-04
1. (Proper Noun) The Arjuna Awards were instituted in 1961 by the government of India to recognize outstanding achievement in National sports. The award carries a cash prize of Rs 300,000, a bronze statuette of Arjuna and a scroll. ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে এই বঁটা আগবঢ়োৱা হয় ৷ ১৯৬১ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে ৷ ইয়াত তিনি লাখ টকা আৰু মহাবীৰ অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি দিয়া হয় ৷